নাৰী: কি ৰে আমায় বিয়া কৰবি নয় ?
ভূ:হা: বলছিতো আমাৰ সময় নাই !
আমায় ভুল
বুজিছ নাই
মায়া ভুল
বুজিছ নাই
আমায় ভুল
বুজিছ নাই
অ’
মায়া ভুল বুজিছ নাই !
বৈসাক মাসে
দাৰুন গৰম
ভৰাই পুৰে
চায়
বৈসাক মাসে
দাৰুন গৰম
ভৰাই পুৰে
চায়
জষ্ঠি মাসে
জেষ্ঠ্য খেলেৰ
বিহা কৰতে
নাই
আমায় ভুল
বুজিছ নাই
আমায় ভুল
বুজিছ নাই
মায়া ভুল
বুজিছ নাই ৷
নাৰী: তেনে আসাৰ শাবুন ?
ভূ:হা: আসাৰ শাবুন জাসেৰ কাযে
ব্যস্ত আমি
ৰৈ
অ’....
আসাৰ শাবুন
জাসেৰ কাযে
ব্যস্ত আমি
ৰৈ
ভাদ্র মাসে
শাস্ত্রমতে
বিহা কৰতে
নাই
ভাদ্র মাসে
শাস্ত্রমতে
বিহা কৰতে
নাই
আশ্বিনেতে
দূৰ্গা পূজা !
আশ্বিনেতে
দূৰ্গা পূজা
কাজকে দিন
নাই
অঘ্রামিতে
ধান কাটাতাই
সময় কোথা
পায় ?
আমায় ভুল
বুজিছ নাই
আমায় ভুল
বুজিছ নাই
মায়া ভুল
বুজিছ নাই ৷
নাৰী: তেনে পৌষ মাঘে ?
ভূ:হা: সাৰ কা পানী শীতে কামোৰ
পৌষ মাসে
ৰয় !
হ’
অ’
.....
সাৰ কা
পানী শীতে কামোৰ
পৌষ মাসে
ৰয় !
মাঘেৰ শীতে
বাঘ পালায়
বিহাৰ কথা
নয় !
মাঘেৰ শীতে
বাঘ পালায়
বিহাৰ কথা
নয়
ফাগুন মাসে
দৌল যাত্রা !
ফাগুন
মাসেৰ দৌল যাত্রা !
বাজে
ঢোলক বাজনা !
চৈত্র
মাসে মালিকে যে
দিতে
হ’বে
খাজনা !
অ’
আমায় ভুল বুজিছ না
মায়া ভুল
বুজিছ না
মায়া ভুল
বুজিছ না
আমায় ভুল
বুজিছ না
আমায় ভুল
বুজিছ না
হে মায়া
ভুল বুজিছ না ৷৷Click To Hear
কোন মন্তব্য নেই:
একটি মন্তব্য পোস্ট করুন